অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল?By JL College / December 11, 2025 অসম ছাত্ৰ সন্মিলন ১৯১৬ চনৰ ২৫ ডিচেম্বৰ তাৰিখে গঠন হৈছিল । প্ৰথম সভাপতি: লক্ষ্মীনাথ বেজবৰুৱা; গঠনৰ তাৰিখ: ২৫ ডিচেম্বৰ, ১৯১৬; স্থান: লতাশিল খেলপথাৰ, গুৱাহাটী, অসম Related News: অসম ছাত্ৰ সন্মিলনৰ বিষয়ে চমুকৈ লিখা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?