অধ্যায় ৪ : মানৰ অসম আক্ৰমণ
বহু বিকল্প ভিত্তিক প্রশ্ন
১. মানে অসমত মুঠ কিমানবাৰ আক্ৰমণ চলাইছিল?
(ক) এবাৰ
(খ) দুবাৰ ✅
(গ) তিনিবাৰ
(ঘ) চাৰিবাৰ
উত্তৰ: (খ) দুবাৰ ✅
২. মানসকলৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল?
(ক) ১৮১২
(খ) ১৮১৭ ✅
(গ) ১৮২১
(ঘ) ১৮২৪
উত্তৰ: (খ) ১৮১৭ ✅
৩. মানসকলৰ দ্বিতীয় আক্ৰমণ কিমান চনত হৈছিল?
(ক) ১৮১৯
(খ) ১৮২১ ✅
(গ) ১৮২৫
(ঘ) ১৮৩০
উত্তৰ: (খ) ১৮২১ ✅
৪. ‘মানৰ দিন’ বুলি কাক কোৱা হয়?
(ক) ১৮১৭-১৮২১
(খ) ১৮২১-১৮২৫ ✅
(গ) ১৮২৫-১৮৩০
(ঘ) ১৮৩০-১৮৩৫
উত্তৰ: (খ) ১৮২১-১৮২৫ ✅
৫. মানে অসমত পতা শেষ ৰজাজনৰ নাম কি?
(ক) চন্দ্ৰকান্ত সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) যোগেশ্বৰ সিংহ ✅
(ঘ) গদাধৰ সিংহ
উত্তৰ: (গ) যোগেশ্বৰ সিংহ ✅
৬. মহগড়ৰ ৰণত কোনজন ৰজা পৰাস্ত হৈছিল?
(ক) যোগেশ্বৰ সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ ✅
(ঘ) কমলেশ্বৰ সিংহ
উত্তৰ: (গ) চন্দ্ৰকান্ত সিংহ ✅
৭. ‘দন্দোৱা দ্ৰোহ’ৰ নেতা কোন আছিল?
(ক) গোমধৰ কোঁৱৰ
(খ) পিয়লি বৰুৱা
(গ) কলীয়া ভোমোৰা ✅
(ঘ) হৰদত্ত
উত্তৰ: (গ) কলীয়া ভোমোৰা ✅
৮. বৰ্তমানৰ শোণিতপুৰ আৰু নগাওঁ জিলাৰ সংযোগী দলংখনৰ নাম কি?
(ক) কলীয়াভোমোৰা ✅
(খ) নৰনাৰায়ণ
(গ) নামদাঙৰ শিলৰ সাঁকো
(ঘ) ভূপেন হাজৰিকা সেতু
উত্তৰ: (ক) কলীয়াভোমোৰা ✅
৯. কলীয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হৈছিল?
(ক) ১৯৪৭
(খ) ১৯৫০
(গ) ১৯৮৭ ✅
(ঘ) ১৯৮৯
উত্তৰ: (গ) ১৯৮৭ ✅
১০. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?
(ক) ১৮৮৫
(খ) ১৮২৫
(গ) ১৮২৬ ✅
(ঘ) ১৯৫০
উত্তৰ: (গ) ১৮২৬ ✅
১১. বদন চন্দ্ৰ বৰফুকনে অসমলৈ কিমান মান সৈন্য লৈ আহিছিল?
(ক) ৮,০০০ ✅
(খ) ১০,০০০
(গ) ১০০
উত্তৰ: (ক) ৮,০০০ ✅
১২. মোৱামৰিয়াসকলক আহোম ৰজাৰ বিৰুদ্ধে কোনে সহায় কৰিছিল?
(ক) ব্ৰিটিছ আৰু জাপানী
(খ) ব্ৰহ্মদেশীয় আৰু গ্ৰীক
(গ) চিংফৌ আৰু মান ✅
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ: (গ) চিংফৌ আৰু মান ✅
১৩. মানে আহোম সৈন্যক পৰাস্ত কৰি অসমৰ কোনখন জিলাৰ অধিকাৰ কৰিছিল?
(ক) যোৰহাট ✅
(খ) মৰিগাঁও
(গ) নগাওঁ
(ঘ) ডিব্ৰুগড়
উত্তৰ: (ক) যোৰহাট ✅
১৪. বদন চন্দ্ৰক কোনে হত্যা কৰিছিল?
(ক) চুবেদাৰ ✅
(খ) লাচিত
(গ) বৰফুকন
উত্তৰ: (ক) চুবেদাৰ ✅
১৫. ৰাজেশ্বৰ সিংহৰ নাতি কোন আছিল?
(ক) বজ্ৰনাথ ✅
(খ) চন্দ্ৰকান্ত
(গ) পুৰন্দৰ
উত্তৰ: (ক) বজ্ৰনাথ ✅
১৬. আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বহিছিল?
(ক) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(খ) কমলেশ্বৰ সিংহ ✅
(গ) ভৰত সিংহ
উত্তৰ:(খ) কমলেশ্বৰ সিংহ ✅
১৭. বদৌপায়াৰ নাতি কোন আছিল?
(ক) মিঙ্গিমাহা
(খ) বাগদাও ✅
(গ) যোগেশ্বৰ সিংহ
(ঘ) ওপৰৰ এজনো নহয়
উত্তৰ: (খ) বাগদাও ✅
১৮. মানৰ শাসন কালত অসমত কি অৱস্থাই দেখা দিছিল?
(ক) সাংস্কৃতিক বিকাশ
(খ) অৰ্থনৈতিক সমৃদ্ধি
(গ) যুদ্ধ, অৰাজকতা আৰু ধ্বংস ✅
(ঘ) শান্তি আৰু সম্প্ৰীতি
উত্তৰ: (গ) যুদ্ধ, অৰাজকতা আৰু ধ্বংস ✅
১৯. মানৰ আক্ৰমণৰ পিছত অসমত কোনে প্ৰত্যক্ষ ভাৱে শাসন আৰম্ভ কৰে?
(ক) মোগল
(খ) আহোম স্বৰ্গদেউ
(গ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ✅
(ঘ) ম্যানমাৰ চৰকাৰ
উত্তৰ: (গ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ✅
২০. বদন চন্দ্ৰই ব্ৰহ্মদেশৰ পৰা অসমলৈ আহোতে কিমান সৈন্য লগত আনিছিল বুলি আন এটা মূল সূত্ৰত উল্লেখ আছে?
(ক) ১৫,০০০ ✅
(খ) ১৬,০০০
(গ) ১৭,০০০
উত্তৰ: (ক) ১৫,০০০ ✅